I am now accessing as a :

Government Of Assam Secondary Education Directorate of Secondary Education

চিকিত্সা ব্যয় পূৰণ

অসম মাধ্যমিক শিক্ষা সঞ্চালকৰ অধিক্ষেত্ৰৰ অধীনত, শিক্ষাদান আৰু শিক্ষাদান-ৰহিত কৰ্মচাৰীসকল, চিকিত্সা ব্যয়পূৰণ পোৱাৰ যোগ্য। চিকিত্সা ব্য় পূৰণৰ দাবী, চৰকাৰী কৰ্মচাৰী (কৰ্মৰত/অৱসৰপ্ৰাপ্ত/মৰণোত্তৰ)জনে নিজৰ বা তেওঁৰ পৰিয়ালৰ বাবে কৰিব পাৰে। চিকিত্সালয়ৰ পৰা ছুটি দিয়াৰ ৪৫ দিনৰ ভিতৰত চিকিত্সা ব্যয় পূৰণৰ বাবে আবেদন জনাব লাগিব।

চিকিত্সা ব্যয় পূৰণ সংক্ৰান্তীয় সকলো বিষয় অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ গণনা (B) শাখাত সিদ্ধান্ত বা মোকাবিলা কৰা হয়।