I am now accessing as a :

Government Of Assam Secondary Education Directorate of Secondary Education

১০০ বছৰ পূৰ্ণ হোৱা বিদ্যালয়সমূহলৈ বিত্তীয় সাহায্য

১০০ বছৰ পুৰণি বিদ্যালয়সমূহলৈ ৫০ লাখ টকাকৈ প্ৰদান কৰা এক নতুন আঁচনি লোৱা হৈছে। সেই অনুসৰি সকলো বিদ্যালয় পৰিদৰ্শকলৈ তেনে বিদ্যালয়সমূহৰ তালিকা প্ৰস্তুত কৰিবলৈ অনুৰোধ জনাই পত্ৰ নং PC/Sec/28/2017/11, তাং ২৩/০৩/২০১৭ জাননী দিছে। সকলো জিলাৰ পৰা ইতিমধ্যে তালিকা সংগ্ৰহ কৰা হৈছে আৰু ৫০খন তেনে বিদ্যালয়ৰ সংৰক্ষিত তালিকা চৰকাৰলৈ প্ৰয়োজনীয় আন কৰিবলগীয়া কাৰ্য সম্পাদনৰ বাবে পঠিওৱা হৈছে।

বিত্তীয় সাহায্য সম্পৰ্কীয় সকলো বিষয় অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰিকল্পনা কোষত আলোচনা বা সিদ্ধান্তলৈ অহা হয়।