I am now accessing as a :

Government Of Assam Secondary Education Directorate of Secondary Education

ভ্ৰমণ ছুটিৰ ৰেহাই

কৰ্মৰত অৱস্থাত সকলো কৰ্মচাৰীয়েই এবাৰলৈ ভ্ৰমণ ছুটীৰ অনুমোদন লাভ কৰে। নিয়ম অনুসৰি ১০ বছৰ কাল চাকৰিৰ পিছত তেওঁলোকে এল.টি.চিৰ বাবে আবেদন কৰিব পাৰে. ভ্ৰমণৰ সুবিধাসমূহ গ্ৰেড পে অনুসৰি ভিন্ন হয়।

এল.টি.চি. সংক্ৰান্তীয় সকলো বিষয় অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ গণনা (B) শাখাত মিমাংসা কৰা হয়।