I am now accessing as a :

Government Of Assam Secondary Education Directorate of Secondary Education

চুক্তিমূলক শিক্ষক কৰ্মীলৈ পাৰিশ্ৰমিক

শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ইংৰাজী, সমাজ বিজ্ঞান, গণিত আৰু মাহিলী পাৰিশ্ৰমিক ৮০০০ টকাৰ চুক্তিমূলক নিযুক্তি, চৰকাৰী আৰু প্ৰাদেশিকীকৃত –উভয় মাধ্যমিক বিদ্যালয়তে চৰকাৰী জাননী নং PMA(S)৩২ /২০১০/২০, তাং ১০/০৬/২০১০ অনুসাৰে দিয়াৰ সিদ্ধান্ত লয়। সেইমতে বহুতো মাধ্যমিক বিদ্যালয়ত চুক্তিমূলক শিক্ষক নিযুক্তি দিয়া হয়। চৰকাৰে তেওঁলোকৰ মাহিলী পাৰিশ্ৰমিক ৮০০০ টকতাৰ পৰা ১৫৫০০ টকালৈ চৰকাৰী যোগাযোগ নং PMA(S) ৯২/২০১২/৭, তাং ২৩/০৪/২০১২ৰ মতে বৃদ্ধি কৰে।

চুক্তিমূলক শিক্ষক সম্পৰ্কীয় সকলো বিষয়, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰিকল্পনা কোষত মিমাংসা কৰা হয়।