I am now accessing as a :

Government Of Assam Secondary Education Directorate of Secondary Education

প্ৰতিখন এইচ.এচ.এল.চি, আৰু এইচ.এচ.এচ.এল.চি. কেন্দ্ৰৰ চৌপাশৰ বেৰা নিৰ্মাণ

এইচ.এচ.এল.চি, আৰু এইচ.এচ.এচ.এল.চি. পৰীক্ষা কেন্দ্ৰসমূহত চৌপাশৰ বেৰা নিৰ্মাণৰ বাবে এ.এইছ.এছ.ই.চি. আৰু এচ.ই.বি.এ.ৰ পৰা পৰীক্ষা কেন্দ্ৰৰ তালিকা সংগ্ৰহ কৰা হৈছে। এই তালিকাৰ ভিত্তি বিদ্যালয় পৰিদৰ্শকসমূহক চৌপাশৰ বেৰা নথকা বিদ্যালয়সমূহৰ তালিকা জমা দিবলৈ কোৱা হৈছে। ২১খন জিলাৰ তালিকা ইতিমধ্যে পোৱা গৈছে। আন জিলাসমূহকো এই তালিকা পঠিওৱাৰ বাবে W.T.ৰ জাননী জাৰি কৰা হৈছে। ইয়াৰ বাবে ৪০০০ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ চৌপাশৰ বেৰা সম্পৰ্কীয় সকলো বিষয় অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰিকল্পনা কোষত মীমাংসিত হয়।