I am now accessing as a :

Government Of Assam Secondary Education Directorate of Secondary Education

কৰ্মজীৱনৰ অগ্ৰগতিৰ সুনিশ্চিত আঁচনি

এই আঁচনি ১০ বছৰ সম্পূৰ্ণ কৰা কৰ্মৰত কৰ্মচাৰীসকললৈ আৰ্থিক সুবিধা প্ৰদানৰ বাবে। ১০ বছৰ সম্পূৰ্ণ কৰাসকলৰ ৩ শতাংশ বেতন বৃদ্ধি হব। হিতাধিকাৰীসকলে এ.চি.পি.এচ.ৰ বাবে প্ৰত্যেক বিত্তীয় বৰ্ষৰ জানুৱাৰী আৰু জুন মাহত আবেদন কৰিব পাৰে।

এ.চি.পি.এচ. সম্পৰ্কীয় সকলো বিষয়, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ গণনা(বি) শাখাত মিমাংসালৈ অহা হয়।