মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা মাধ্যমিক শিক্ষা সঞ্চালকালয়

আমি কি কৰো

Error message

The specified file temporary://fileVE79So could not be copied, because the destination directory is not properly configured. This may be caused by a problem with file or directory permissions. More information is available in the system log.
  • ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে মানৱ সম্পদৰ সৰ্বোত্তম প্ৰয়োগ আৰু বহন কৰিব পৰা গুণগত শিক্ষা সুনিশ্চিত কৰা।

    অভিযান

    শিক্ষাৰ ৰাষ্ট্ৰীয় আৰু একত্ৰীকৰণ পুনৰায় বলবত্ কৰা।

    স্থানীয় শিক্ষাৰ গুণাগুণ আৰু মানদণ্ড উন্নত কৰা আৰু এখন স্বাক্ষৰ সমাজ নিৰ্মাণ/যি সাংস্কৃতিক আৰু নৈতিক মূল্যবোধলৈ উত্সৰ্গিত।

    ১৪-১৮ বছৰ বয়সীয়া সকলো যুৱক-যুৱতীলৈ বাধ্যতামূলক শিক্ষা প্ৰদান।

    গুণগত শিক্ষাৰ বাবে সাৰ্বজনীন সুযোগ/সুবিধা।

    সম্পূৰ্ণ ৰূপে স্বাক্ষৰ এক সমাজ নিৰ্মাণ কৰা।

    কাৰ্য

    -১৪-১৮ বছৰ বয়সীয়া সকলো যুৱ ব্যক্তিয়ে যাতে সহজলভ্যভাৱে বহন কৰিব পৰা, উন্নত গুণসম্পন্ন শিক্ষা লাভ কৰে যাতে ২০১৭ চনলৈ ১০০ শতাংশ জি.ই.আৰ. আহৰণ আৰু ২০২০ চনলৈ ১০০ শতাংশ ধাৰণ কৰিব পাৰে।

    -প্ৰয়োজন হোৱা ঠাইত নতুনকৈ বিদ্যালয় স্থাপন আৰু প্ৰাথমিক শিক্ষা খণ্ডক মাধ্যমিক বিদ্যালয়লৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বিকাশ।

    -মাধ্যমিক শিক্ষাৰ সুযোগ নিশ্চিত কৰাৰ বাবে সাৰ্বজনীন তালিকাভুক্তকৰণ আৰু ধাৰণ কৰা।

    -অৰ্থনৈতিকভাৱে দুৰ্বল আৰু সমাজৰ শিক্ষাগতভাৱে অনুন্নত শ্ৰেণী, মহিলা আৰু বিশেষভাৱে সক্ষম শিশুসকল আৰু আন আন পিছপৰা শ্ৰেণী যেনে- অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু শৈক্ষিকভাৱে পিছপৰা সংখ্যালঘুসকলৰ ৰেফাৰেন্সৰ দ্বাৰা মাধ্যমিক শিক্ষাৰ স্বীকৃতি প্ৰদান।

    -সকলো মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ সুবিধা আৰু কৰ্মচাৰীৰ ব্যৱস্থা নিৰ্ধাৰিত মানদণ্ড অনুসাৰে সুনিশ্চিত কৰা।

    -মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰা যাতে বৌদ্ধিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ ঘটে।