ওপৰত উল্লেখিত নথিসমূহৰ অৰ্জিত চুটি, লঘূবিনিময় চুটি, অসাধাৰণ চুটি আৰু বিশেষ চুটি মঞ্জুৰীৰ বাবে প্ৰয়োজন।
পৰীক্ষণ তালিকা:
- অনুষ্ঠান/প্ৰতিষ্ঠানৰ মুৰব্বীৰ পৰা প্ৰেৰণ পত্ৰ
- পদাধিকাৰীৰ আবেদন পত্ৰ
- অৰ্জিত চুটিৰ বাবে প্ৰতিষ্ঠানৰ মুৰব্বীৰ দ্বাৰা সুপাৰিক্ষ বা অনুমোদনপ্ৰাপ্ত আবেদন।
- মূল চুটী কোষৰ বিবৃতি
- অসাধাৰণ আৰু বিশেষ চুটীৰ বাবে হাস্পতাল কৰ্তৃপক্ষৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্য সম্পৰ্কীয় চুটী মঞ্জুৰীৰ প্ৰয়োজন।